আজি দঃশালমাৰা নাগৰিক সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আটক

দঃশালমাৰাৰ পৰা ছামিউল হক প্রতিবেদনঃ

৭ ডিচেম্বৰ:

আজি সমগ্ৰ অসমতে নাগৰিক সংশোধনী বিলৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে তাৰ মাজতে দঃশালমাৰা সমষ্টিৰ সংগঠনে পিছ পৰা নাই।আজি দুপৰীয়া ১২ বজাত দঃশালমাৰা ৰাজহ চক্ৰৰ সন্মুখত ক’লা পতাকা উত্তোলন কৰাত দঃশালমাৰা আৰক্ষীয়ে দঃশালমাৰা-মানকাচৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদ্দেষ্টা ৰাশিদুল ইছলাম(ৰাশু)আৰু দঃশালমাৰা আছুৰ আঞ্চলিক সভাপতি ৰাকিবুল ইছলাম আৰু দঃশালমাৰা আছুৰ আঞ্চলিক সম্পাদক নুৰ আলম সেখ আটক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *