আজি বিজয়া দশমী | সমগ্ৰ দেশৰ লগতে লংকাতো উলহ মালহেৰে পালন কৰা হৈছে বিজয়া দশমী ।

লংকাৰ পৰা দীপজ্যোতি বৰাৰ ৰিপর্ট :

20 অক্টোবৰ :

প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শৃংখলাবদ্ধ বাবে অনুষ্ঠিত হৈছে বিসৰ্জন প্ৰক্ৰিয়া। বিয়লি ২ বজাৰ পৰা লংকাৰ বিজয়া ঘাটত কেইবা সহস্ৰাধিক ৰাইজ তথা বিশিষ্ট অতিথি সকলৰ উপস্থিতিত চলিছে এই বিসৰ্জন প্ৰক্ৰিয়া। উল্লেখ যে,এইবাৰ লংকাত ১১২ খন পূজা অনুষ্ঠিত হৈছিল |

Leave a Reply

Your email address will not be published. Required fields are marked *