আলফাক শক্তিশালী কৰাৰ সময় ও প্ৰয়োজন আহি পৰিছে “সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ”

Breaking…

28অক্টোবৰ :

আলফাক শক্তিশালী কৰাৰ সময় ও প্ৰয়োজন আহি পৰিছে “সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ”

বৰ্তমান চলিত চৰকাখনে অসমীয়া জাতিৰ আবেগ অনুভূতিক সন্মান নজনোৱা ,গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজা, গণতন্ত্ৰক নিশেষ কৰিব খোজা, অসমীয়া ভাষা সংস্কৃতিক জীয়াই ৰখাৰ বাবে সসস্ত্ৰ সংগ্ৰামৰ বাহিৰে অন্য কোনো বিকল্প নাই ।
এই ভাষ্য “সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ’ৰ সভাপতি যুগল বৰুৱাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *