আলফা সভাপতি অৰবিন্দ ৰাজখোৱালৈ আহ্বান “সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ’ৰ ।

Breaking…
#বৰ্তমান অসম আৰু বৃহত্তৰ অসমীয়া জাতি সংকটৰ সময়ত জাতিৰ শত্ৰু ৰোধ কৰিবৰ বাবে আপোনালোকৰ বন্দুক বোৰ বাকচত ৰাখি থোৱাতকৈ
ব্যৱহাৰ কৰি অসমৰ অস্তিত্ব বজাই ৰাখক ।মাতৃভূমি অসম ,মাতৃভাষা অসমীয়াক সন্মান জনাই বীৰ লাচিতৰ পৰিচয় দিয়ক।ভাষা আৰু জাতিৰ বাবে শ্বহীদ হোৱা ৮৫৫জনৰ লগতে তেজাল অসমীয়া ১৪০০০ ছহিদৰ আত্মাৰ শান্তিৰ বাবে সন্মান জনাওঁক।
এই আহ্বান সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *