ঐক্য সেনা অসমৰ সজাগতা সভা আৰু যোৰহাট জিলা সমিতি গঠন।

27 অক্টোবৰ :

আকিব আহমেদৰ বিশেষ প্ৰতিবেদন দ্যা নৰ্থ ইষ্ট নেটৱৰ্ক।

ঐক্য সেনা অসম আৰু ছাত্ৰ ঐক্য অসমৰ যৌথ উদ্যোগত যোৰহাট আৰু নগাঁও জি লাত বৰ্তমান অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত এখন সজাগতা সভা আয়োজন কৰা হয়।যোৰহাটৰ সজাগতা সভাত উপস্থিত থাকে প্ৰধান সম্পাদক শ্বহিদুল ইছলাম,সভাপতি সঞ্জীৱ মহন্ত,সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা আৰু বিষয়ববীয়া সকল অন্যহাতে দি নগাঁও সভাত উপস্থিত থাকে কাৰ্যকৰী সভাপতি দেৱজিত শৰ্মা, ছাত্ৰ ঐক্য সেনা অসমৰ সভাপতি আছিফ জামান,সাধাৰণ সম্পাদক বিপ্লৱ তালুকদাৰ আৰু বিষয়ববীয়া সকল ।ইফালে ঐক্য সেনা অসম যোৰহাট জিলা সমিতি খন গঠন কৰা হয় কেন্দ্ৰীয় সম্পাদক জিয়াউদ্দীন আহমেদ জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *