কালাপানীত শান্তিপূৰ্ণ ভাবে ভোটদান ।

কালাপানীত শান্তিপূৰ্ণ ভাবে ভোটদান ।

9, ডিচেম্বৰ : মানকাচৰ :
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ 2 নং কালাপানী জিলা পৰিষদৰ অন্তৰ্গত 13 নং বেঙেৰ ভিটাত শান্তিপূৰ্ণ ভাৱে সাধাৰণ ৰাইজে ভোটদান সাব্যস্ত কৰে ।
ছেক্টৰ বিষয়া জামিৰুল ইছলামে জানিবলৈ দিয়া মতে এতিয়ালৈকে 53%
ভোট দান সম্পন্ন হৈছে ।

মানকাচৰৰ পৰা তৈবুৰ আলম মোল্ল্যাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *