কুমলীয়াত গাও পঞ্চায়তত কংগ্রেছৰ প্রার্থী মফিদা খাতুনৰ জয়লাভ ।

বিশ্বনাথৰ কুমলীয়াত গাও পঞ্চায়তত কংগ্রেছৰ প্রার্থী মফিদা খাতুনৰ জয়লাভ ।2206 ভোট লাভ কৰি নিজৰ জয় নিশ্চিত কৰে ।প্রায় 900 শ ভোটৰ ব্যৱধান বিৰুধীক পৰাস্ত কৰি কুমলীয়া গাও পঞ্চায়তৰ সভাপতি পদত অধিষ্ঠিত হয় আগন্তুক পাচবছৰৰ কাৰণে ।

Leave a Reply

Your email address will not be published. Required fields are marked *