কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টুমনী এছ এছ বি কেম্পৰ সেনাবাহিনীৰ সহযোগত টুমনী কলাবাৰী বজাৰৰ চাফাই অভিযান

দঃশালমাৰৰ পৰা ছামিউল হক ৰিপোৰ্ট।

২৫ জানুৱাৰী :

দঃশালমাৰা-মানকাচৰ জিলাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টুমনী এছ এছ বি কেম্পৰ সেনাবাহিনীৰ সহযোগত টুমনী কলাবাৰী বজাৰৰ চাফাই অভিযান সম্পূৰ্ন কৰা হল।দঃশালমাৰা টমুনী কলাবাৰী বজাৰৰ চাফাই অভিযানত বহু মুৰব্বী অংশগ্ৰহণ কৰে।স্বচ্ছতা ৰাইজৰ পৰিবেশ চাফ-চিকুণ কৰি বহু বেমাৰৰ পৰা ৰেহাই দিয়ে সেয়া আজি দৃশ্য চাই ৰাইজে উপলব্ধ কৰিছে।দঃশালমাৰা সমষ্টিৰ এজন অভিজ্ঞ এবং দুখীয়াৰ বিভিন্ন সমস্যা সমাধানৰ লিখক হাতত ঝাড়ু লৈ চাফাই অভিযানত চাফাই কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *