কৰিমগঞ্জত উপস্থিত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ।

নিউজ ডেস্ক ৰিপর্ট:

29 ডিছেম্বৰ:

এদিনীয়া কাৰ্য্যসূচীৰে কৰিমগঞ্জ জিলাত উপস্থিত হৈ পুৱাই অসম বাংলাদেশ সীমান্তৰ টুকুৰগ্ৰাম অঞ্চলত থকা ৰাইজৰ বিভিন্ন সমস্যা লৈ মত বিনিময় কৰি পুনৰ আন এটা সীমান্তত থকা মালেগড দৰগাহ লগতে ১৮৫৭ চনৰ চিপাহী বিদ্ৰহোত নিহত হোৱা ধৰ্মীয় সংখ্যালঘুৰ ১৮ জন বীৰ সৈনিকৰ সমাধিস্থল পৰিদৰ্শন কৰে সভাপতি গৰাকী।আবেলি এখনি জনসভাত অংশ গ্ৰহন কৰিব ৰেজাউল কৰিম চৰকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *