গান্ধীবস্তিৰ কৃষক মুক্তিৰ কাৰ্যালয়ত সংবাদমেল ৬০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল ।

Breaking…..28অক্টোবৰ :

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যৌথ সংগ্ৰাম
৩০ অক্টোবৰৰ পৰা বিতৰণ কৰিব ৩০ লাখ প্ৰচাৰ পত্ৰিকা
৩ নৱেম্বৰত জাতীয় অস্বিত্ব ৰক্ষাৰ সংকল্প বৈঠক
৪ নৱেম্বৰত কটনৰ ছুডমাৰ্চন হলত হ’ব ৰাইজমেল
সংবাদমেলত এই ঘোষণা AJYCPৰ পলাশ চাংমাইৰ
শিলাদিত্য দেৱৰ মন্তব্যক তীব্ৰ সমালোচনা সংগঠনকেইটাৰ
সংবাদমেলত কৃষক নেতা অখিল গগৈৰ মন্তব্য
‘বিদেশীক সংস্থাপন দিয়াৰ বাবে কেন্দ্ৰৰ ভয়ংকৰ সিদ্ধান্ত’
‘কেন্দ্ৰৰ সিদ্ধান্তই দেশৰ সাৰ্বভৌমত্বলৈ আনিব ভাবুকি’
‘ভোট বেংকৰ স্বাৰ্থত বিজেপিয়ে এইবোৰ কৰিছে’
‘২৩ অক্টোবৰৰ বন্ধৰ বাবে আমাৰ ওপৰত জাপি দিয়া গোচৰ ৰাষ্ট্রৰ ষড়যন্ত্ৰ’
DGPলৈ প্ৰশ্ন অখিল গগৈৰ
‘কেৱল অখিল গগৈৰ ওপৰত চকু কিয়?’
‘কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শিলাদিত্য, ৰামসেনাক?’
‘মই জে’ল, ফাঁচিলৈ ভয় নকৰো’
‘মাহত কেইবাবাৰো জে’ললৈ যাও’
ৰাম সেনাৰ দৰে সংগঠন মৌলবাদী সংগঠন : অখিল

Leave a Reply

Your email address will not be published. Required fields are marked *