গুৱাহাটীত “নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬” বাতিলৰ দাবীত ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত পদ ।

নিউজ ডেস্কৰ প্রতিবেদন:

05 জানুৱাৰী:

গুৱাহাটীত “নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬” বাতিলৰ দাবীত ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত পদ যাত্ৰাত অসম পুলিচৰ বাধা ৭০ সংগঠনক,,বৰ্তমান দীঘলিপূখুৰীত অৱস্থান কৰি পথ অৱৰোধ।।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে আমছুৰ সভাপতি মাননীয় ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া , কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰকিবুল হুদা ফৰাজী ডাঙৰীয়া

Leave a Reply

Your email address will not be published. Required fields are marked *