গোলকগঞ্জত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত বৃহত্‍ প্ৰতিবাদী সমদল।

Breaking..

03 অক্টোবৰ :

গোলকগঞ্জত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত বৃহত্‍ প্ৰতিবাদী সমদল। ধলা কাণ্ডৰ প্ৰতিবাদত আহ্বান জনোৱা অসম বন্ধৰ সমৰ্থনত ওলাই আহিল শতাধিক লোক। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে গোলকগঞ্জৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *