গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ সম্পৰ্কত ৰাজহুৱা সভা।

দেৰগাঁওৰ পৰা আকিব আহমেদৰ প্ৰতিবেদন দ্যা নৰ্থ ইষ্ট নেটৱৰ্ক ।

২৯ অক্টোবৰ:

গোলাঘাটৰ পূৱ শিক্ষা খণ্ডৰ অন্তৰ্গত কাকডোঙাৰ গোহাঁইমেৰ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে সমাজকৰ্মী নুৰুল ৰহমানৰ সভাপতিত্বত, শতাধিক ৰাইজ আৰু অভিভাৱক সকলকৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় যায়। প্ৰধান শিক্ষয়িত্ৰী তমিনা খাতুনে উদ্দেশ্যে ব্যাখ্যাত কয় যে আগন্তুক গুণোৎসৱত ৰাইজৰ সহায় সহয়োগিতা কৰিবলৈ আহ্বান জনাই। লগতে শতবৰ্ষ গৰকা বিদ্যালয় খনৰ শতবৰ্ষ অনুষ্ঠান আয়োজন কৰিবলৈ ৰাইজক এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক লৈ এখনি সভা অনুষ্ঠিত কৰি অনুষ্ঠান ভাগ আয়োজন কৰিবলৈ ৰাইজক আহ্বান জনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *