গৌৰাং নৈ ৰোধ কৰাৰ বাবে বাঁহৰ বান্ধৰ ব্যৱস্থা কৰিছে: নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী(সাজু)য়ে ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট :

৩ মাৰ্চ :

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনস্হ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ কঠালদি দ্বিতীয় খণ্ড আৰু কাজাইকাটা তৃতীয় খণ্ড গাঁওৰ বহু পৰিয়ালৰ ঘৰ-বাড়ী বান পানীৰ দুৰ্যোগৰ সময়ত নৈ জাঁহ যোৱাৰ বাবে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ জনসাধাৰণৰ ঘৰ-বাড়ী ৰক্ষাৰ সুবিধাৰ্থে আগতীয়াকৈ এম জি এন ৰেখা আঁচনিৰ জৰিয়তে বাঁহৰ বান্ধৰ ব্যৱস্থা কৰি দিয়ে। মনকৰিবলগীয়া কথা যে জননীতিৰ আদৰ্শ বজাই ৰাখি দুৰ্নীতি গ্ৰস্হ্যকাৰী ব্যক্তিক প্ৰশয় নিদিয়াৰ ফলত এইজন নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলী (সাজু)য়ে ভৱিষ্যতে ৰাজনৈতিক দিশত সৱল হৈ উঠিব পাৰিব বুলি জনসাধাৰণৰ মাজত চৰ্চা অব্যাহত আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *