ডাম্পাৰ গাড়ীৰ খুন্দাত থিতাতে নিহত বৃদ্ধাৰঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

১২ জানুৱাৰী :-

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ অন্তৰগত সাদুল্যাবাৰী গাওঁত কালি সন্ধিয়া অনুমান ৫ বজাত এজন বৃদ্ধৰ ডাম্পাৰ গাড়ীৰ লগত খুন্দা খাই থিতাতে মৃত্যু হয়।জানিব পৰা মতে বৃদ্ধ মানুহ জনৰ নাম মজিবৰ ৰহমান (৬৫) দেউতাকৰ নাম শুকুৰ আলী।যোৱা কেইবাদিন আগতে কালাপানী অঞ্চলৰ টানগাওঁত আন এজন যুৱকৰ ডাম্পাৰ গাড়ীৰ লগত খুন্দাখাই মৃত্যুবৰণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *