দলগাৱঁৰ ৬১নং গলন্দি গাওঁ পঞ্চায়তৰ ভোট গ্রহনৰ বেলট পেপাৰ সমুহ জাৱৰ জোথৰত উদ্ধাৰঃপুনৰ ভোট গ্রহনৰ দাবী|উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ ।

দলগাৱঁৰ ৬১নং গলন্দি গাওঁ পঞ্চায়তৰ ভোট গ্রহনৰ বেলট পেপাৰ সমুহ জাৱৰ জোথৰত উদ্ধাৰঃপুনৰ ভোট গ্রহনৰ দাবী|উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ || ||…………………………………………………….||……………দৰং জিলাৰ দলগাওঁ ৰাজহ চক্রৰ অন্তৰ্গত ৬১নং গলন্দি গাওঁ পঞ্চায়তৰ ৩নং গলন্দি আৰু ২নং গলন্দি গাৱঁৰ ২নং গলন্দি কাষ প্রাথমিক বিদ্যালয়ৰ ভোট গ্রহন কেন্দ্রৰ পিছফালে presiding officer আৰু polling officer ৰ কৰ্তব্যৰ গাফিলতিত এইদৰে পৰি থকা অৱস্থাত কন কন শিশুৱে খেলি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰে |ৰাইজে উদ্ধাৰ কৰা ভেলট পেপাৰ ক্রমিক নং ৪৬৭৯,০৫০৯,৪২৩১৭,৫১২৯,৪১৮৪,৪১৮৯৯ নম্বৰৰ ভেলট পেপাৰ সমুহ পেলাই দিয়ে |উল্লেখ্য যে দৰং জিলাৰ প্রশাসনৰ ওপৰত পুৰ্ণ সন্দেহ হৈ কাৰন এইবাৰ পঞ্চায়তপ সভাপতি,কাউঞ্চিলাৰৰ প্রাৰ্থী সকলৰ ভোট গননা কেন্দ্রত কাউন্টিং এজেন্ট দিয়া নাই |এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে পুনৰ ভোট গ্রহন অনুষ্ঠিত কৰি দোষী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহনৰ কাৰনে চৰকাৰৰ ওচৰত দাবী জনাইছে ||বৰ্তমান অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে |…..খাৰুপেটীয়া পৰা..শ্বেখ আব্দুল্লাহ…

Leave a Reply

Your email address will not be published. Required fields are marked *