দৰঙৰ পথাৰত আয়োজন কৰা হৈছে প্রগতিশীল কৃষকৰ পিকনিক।

খাৰুপেটিয়াৰ পৰা শ্বেখ আব্দুল্লাহৰ প্রতিবেদন:

31 ডিছেম্বৰ:

## দৰঙৰ পথাৰত আয়োজন কৰা হৈছে প্ৰগতিশীল কৃষকৰ পিকনিক ।

## স্থানীয় অন্নদাতা জৈৱিক কৃষি ফাৰ্মে আয়োজন কৰিছে খাৰুপেটীয়াৰ বিহুদিয়াত পিকনিক ।

## পিকনিকত অংশ গ্ৰহন কৰিছে সুদূৰ নেপাল, মহাৰাষ্ট্ৰ,দিল্লী, বেংগলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰগতিশীল কৃষক ।

## লগতে অংশ গ্ৰহন কৰিছে যোৰহাট, কামৰূপ, আৰু দৰঙৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী আৰু দৰঙৰ কৃষি বিভাগৰ বিষয়া ।

## পিকনিকত একেলগে এসাঁজ খোৱাৰ লগতে চৰ্চা হয় নতুন বছৰৰ নতুন পৰিকল্পনা ।

## অসমৰ কৃষিজাত সামগ্ৰী বিদেশৰ বজাৰত বিশেষকৈ DUBAI, DOHA, LONDON ,NEW JARSI, দখল কৰাৰ লগতে বৃদ্ধি হোৱা চাহিদা সম্পৰ্কে গুৰুত্বপূৰ্ণ চৰ্চা হয় পিকনিকত ।

## লগতে অসমৰ কৃষকৰ বাবে সু সংবাদ, 31 December পৰা SPICE JET বিমানৰ যোগেদি দৈনিক 20 টন অসমৰ কৃষিজাত সামগ্ৰী হংকং, চিংগাপুৰত যোৱা আৰম্ভ হব ।

## পিকনিকৰ অন্তত সমূহ প্ৰগতিশীল কৃষক অসমৰ আহ্বান যাতে ৰাইজক কোনো কৃষি ভূমি উদং নাথাকে ।

#।শেষত পিকনিকৰ আয়োজন কৰা অন্নদাতা জৈৱিক কৃষি ফাৰ্মৰ জন্মদাতা হবিবুৰ ৰহমানক সতীৰ্থ সকলে শলাগ জনাই ।
======

Leave a Reply

Your email address will not be published. Required fields are marked *