ধুবুৰী জিলাৰ বিলাসীপাৰাত জোঁৰ সমদল ৷ ●নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন:

08 জানুৱাৰী:

●ধুবুৰী জিলাৰ বিলাসীপাৰাত জোঁৰ সমদল ৷

●নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷

●নৰেন্দ্ৰ মোডী গ’বেক, সৰ্বানন্দ সোনোৱাল গ’বেক , অসম চৰকাৰ হায় হায় ধ্বনিত উত্তাল বিলাসীপাৰাত ৷

●বিলাসীপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *