ধুবুৰী জিলাৰ ৰাণীগঞ্জ উপ আৰক্ষী চকীৰ অন্তৰ্গত ৰাণীগঞ্জ বানাত মাদ্ৰাছাৰ ছাত্ৰী নাজিমা খাতুন (১৪) ক যোৱা ১৪ ডিচেম্বৰ তাৰিখে ধৰ্ষণ কৰি হত্যা

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

23 জানুৱাৰীঃ

ধুবুৰী জিলাৰ ৰাণীগঞ্জ উপ আৰক্ষী চকীৰ অন্তৰ্গত ৰাণীগঞ্জ বানাত মাদ্ৰাছাৰ ছাত্ৰী নাজিমা খাতুন (১৪) ক যোৱা ১৪ ডিচেম্বৰ তাৰিখে ধৰ্ষণ কৰি হত্যা কৰা আচামী সকলক কৰায়স্ত নকৰি আৰক্ষীয়ে নীৰৱতা অৱলম্বন কৰি আহিছে। এই সন্দৰ্ভত আজি বিলাসীপাৰা শাখা সাহিত্য সভাৰ ভৱন প্ৰাঙ্গণত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি, নাৰী মুক্তিয়ে সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত কি কয় চাওক—————

Leave a Reply

Your email address will not be published. Required fields are marked *