নাগৰিকতত্বৰ বিৰোধীতাৰে ফকিৰগঞ্জত আছুৰ প্ৰতিবাদ

নিউজ ডেস্ক ৰিপর্ট :

,7, জানুৱাৰী :

আজি দক্ষিণ শালমাৰা মানকাচৰ মহকুমা আছুৰ উদ্যোগত ফকিৰগঞ্জত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ক’লা বেজ পৰিধান কৰি বিধেয়ক খনৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ দক্ষিণ শালমাৰা মানকাচৰ মানকাচৰ মহকুমা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী ফকিৰগঞ্জ আঞ্চলিক আছুৰ সভাপতি জাহিদ হাছান আহমেদ নস্কৰা আঞ্চলিক আছুৰ সভাপতি জাহাংগীৰ আলমৰ শিকদাৰ আৰু ৰহিজ উদ্দীন মণ্ডল

Leave a Reply

Your email address will not be published. Required fields are marked *