নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বাবে বঙাইগাওঁ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ টায়াৰ জ্বলাই প্ৰতিবাদ:

অভয়াপুৰীৰ পৰা ৰবিউল আলমৰ ৰিপর্ট :

24 অক্টোবৰ :

অসমীয়া জাতি ধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১২ ঘন্টীয়া অসম বন্ধত সমগ্ৰ ৰাজ‍্যৰ লগতে বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন জনাই বঙাইগাওঁ জিলাৰ বিভিন্ন প্ৰান্ত-অভয়াপুৰী,বালাপাৰা,বৰঝানা,নয়াগাঁও আদি ঠাইত টায়াৰ জ্বলাই অভিনৱ প্ৰতিবাদ সাব‍্যস্ত‍ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *