নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ বাতিল কৰাৰ বাবে ওলোবা সংকল্প শিখা যাত্ৰৰ আজি অন্তিমক্ষনত আমছুৰ *মাননীয় সভাপতি ৰেজাউল কৰিম সৰকাৰক গ্ৰেপ্তাৰ ।

Breaking…

16 নৱেম্বৰ :

নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ বাতিল কৰাৰ বাবে ওলোবা সংকল্প শিখা যাত্ৰৰ আজি অন্তিমক্ষনত আমছুৰ *মাননীয় সভাপতি ৰেজাউল কৰিম সৰকাৰক গ্ৰেপ্তাৰ । বিভিন্ন বাদা নেওচি আজি _*গন বিক্ষপ*_ কাৰ্যসূচীত অংশ গ্ৰহন কৰিছে _কৃষক মুক্তি সংগ্ৰাম সমিতিৰ_ নেতা *মাননীয় অখিল গগৈ, আমছুৰ উপদেষ্ঠা *মাননীয় আজিজুৰ ৰহমান, আমছুৰ কাৰ্যকৰী সভাপতি *মাননীয় আইনুদ্দিন আহমেদ*। গনতান্ত্ৰিক ভাবে অসম আৰু অসমীয়াৰ হৈ আন্দোলন কৰি যোৱাসকল চৰকাৰে বাধা দিছে কিয় ?

Leave a Reply

Your email address will not be published. Required fields are marked *