নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ফকিৰগঞ্জ আৰু নস্কৰা আঞ্চলিক আছুৰ প্ৰতিবাদ ।

মানকাচৰৰ পৰা চানবৰ আলীৰ ৰিপর্ট :

16. অক্টোবৰ :

আজি গোটেই অসমৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জ আঞ্চলিক আছুৰ উদ্যোগত আৰু নস্কৰা আঞ্চলিক আছুৰ সহযোগত জাতি ধ্বংসী সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত এক বিশাল “প্ৰতিবাদী জোৰ সমদল ” গ্ৰহণ কৰে উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ দক্ষিণ শালমাৰা মানকাচৰ আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানী আৰু উপ সভাপতি সাহীন জাবেদ আহমেদ ,জাহিদ হাছান আহমেদ।

মানকাচৰৰ পৰা চান বৰ আলী TNN

Leave a Reply

Your email address will not be published. Required fields are marked *