নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বন্তি জ্বলাই হাটশিঙিমাৰীত উত্তাল প্ৰতিবাদঃ

হাটশিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

৮ জানুৱাৰী :

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বন্তি জ্বলাই হাটশিঙিমাৰীত জিলা কংগ্ৰেছৰ কৰ্মী সকলে বিভিন্ন শ্লোলোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ২১নং মানকাচৰৰ কংগ্ৰেছ দলৰ বিধায়ক ডা: মতিয়ৰ ৰহমান মণ্ডল লগতে কংগ্ৰেছ কৰ্মী সকল । বিধায়ক গৰাকীয়ে কয় যে এইবিল অসম বিৰোধী, অসমীয়া জাতি ধ্বংসী বিল, এই বিল আমি কেতিয়াও গৃহিত হবলৈ নিদিও বুলি মন্তব্য কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *