নাৰায়নপুৰত দুটাকৈ গড়ৰ সন্ত্ৰাস

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট :

29 অক্টোবৰ :

যোৱা কালিৰে পৰা লখিমপুৰ জিলাৰ নাৰায়নপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চকীয়াল চাপৰিত দুটাকৈ গড়ে অৱস্থান কৰি দুদিনকৈ এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।
V/o- যোৱা কালি সন্ধিয়া নাৰায়নপুৰ চকীয়াল চাপৰিত বিচৰণ কৰি কয়া টায়ুং নামৰ এজন ব্যক্তিক আক্ৰমন কৰি এখন ভৰি ভাঙি পেলোৱা পাছত গড় দুটা অন্তধ্যান হয় যদিও আজি পূৱা অঞ্চলটোৰ ৰাইডঙিয়া টেঙাপথাৰ, টেমেৰা, টিকিৰাই আদি বিচৰণ কৰি বাতৰি সংগ্ৰহ কৰা সময়লৈকে ধেনুচাপৰিৰ হাবি মাজত অৱস্থান কৰি থকা বুলি বনবিভাগে জানিব দিয়ে । বৰ্তমানলৈকে বনবিভাগে হাবিৰ মাজত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰা লগতে সুকলমে গড় দুটা কাজিৰঙা ৰাষ্ট্ৰীয় অভৰান্যলৈ যাব পৰাকৈ পহৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *