নাৰায়নপুৰ বৰবিলত পুনৰ গড়ৰ সন্ত্ৰাস ।

Breaking..

নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপর্ট :

08 নৱেম্বৰ :

@নাৰায়নপুৰ বৰবিলত পুনৰ গড়ৰ সন্ত্ৰাস ।
@আজি পুৱাই কাজিৰঙাৰ পৰা অহাৰ সন্দেহ ৰাইজৰ।
@নাৰায়নপুৰ বৰবিলত গড়ৰ সন্মুখত এগৰাকী কিশোৰী ।
গড় দেখি অচেতন ৮বছৰীয়া কিশোৰী জানমনি দলেৰ ।
@কিশোৰী গৰাকীৰ ঘৰ নাৰায়নপুৰ গোহাইপুখুৰীত ।
@বৰ্তমান গড়টো মাজুলীৰ গোপালচোকৰ হাবিত অৱস্থান ।

Leave a Reply

Your email address will not be published. Required fields are marked *