. ===== নিৰুদ্দেশ ===== বঙাইগাঁও জিলাৰ মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আধ্যায়নৰত দশম শ্ৰেণীৰ ছাত্ৰ ছানোৱাৰ হুছেইন।

. নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন।

21 ডিছেম্বৰ :

বঙাইগাঁও জিলাৰ মেৰেৰচৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আধ্যায়নৰত দশম শ্ৰেণীৰ ছাত্ৰ (আমছুৰ মেৰেৰচৰ আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ৰৌফৰ ভাইটি) ফাৰুক আব্দুল্লাহ আহমেদ (১৫) নামৰ লৰাজন নিজ ঘৰৰ পৰা যোৱা ১৯|১২|১৮ ইং তাৰিখত আবেলি অনুমান ৩ বজাত নিৰুদ্দেশ হয়।
পৰিয়ালৰ লোকে বিচাৰি ফুৰাৰ উপৰিও প্ৰশাসনক লিখিতভাৱে জনোৱাৰ পিছতো বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই ।
কোনো সদাশয় ব্যক্তিয়ে লৰাজনৰ সন্ধান পালে অনুগ্ৰহ কৰি তলত দিয়া ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো ।

সন্ধানহীন লৰাজনৰ নাম :- ফাৰুক আব্দুল্লাহ আহমেদ।
পিতাৰ নাম:- ছানোৱাৰ হুছেইন ।
আতাৰ নাম:- আব্দুল বাৰেক।
গাওঁ:- মেৰেৰচৰ।
পো:- কুশবাৰী।
থানা:- মেৰেৰচৰ।
জিলা:- বঙাইগাঁও (অসম)
পিন :- ৭৮৩৩৮৪

মোবাইল নম্বৰ :- 9954728880, 8753973134

Leave a Reply

Your email address will not be published. Required fields are marked *