নিৰ্দ্দলীয় প্ৰাৰ্থীত্ব হিচাবে শ্বেখ আবুল হাশেমক পুৰ্ণ সমৰ্থনত নায়েৰ আলগা জিলা পৰিষদ সমষ্টিবাসী ৰাইজৰ দাৱী।

নায়েৰ আলগা পৰা ৰমজান আলী ৰিপৰ্ট:

16 নভেম্বৰ:

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ নায়েৰ জিলা পৰিষদ সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা চেয়াৰমেন শ্বেখ আবুল হাশেম, আবুশামা শ্বেখ,প্ৰাক্তন আমছুৰ সভাপতি মনোৱাৰ হোসেন,প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ ঘৈণীয়েক ফৰিদা ইয়াছমিন,এই চাৰি গৰাকী ব্যক্তিয়ে প্ৰাৰ্থীয়ে দলীয় হিচাবে আবেদন কৰিছিল যদিও নায়েৰ আলগা জিলা পৰিষদ সমষ্টিৰ পাঁচ খন গাঁও পঞ্চায়তৰ সমষ্টিবাসী ৰাইজ পুৰ্ণ সমৰ্থন থকাৰ ফলত কংগ্ৰেছ দলৰ টিকটৰ চেয়াৰমেন শ্বেখ আবুল হাশেমক বঞ্চিত কৰি পাঁচ বছৰ ধৰি নায়েৰ আলগা জিলা পৰিষদ হৈ থকা সমষ্টিটোত হাইপ্ৰফাইল উন্নয়ন মূলক কাম-কাজত পিঠি দি অহা যত নেকি সমষ্টিটোত এপাছি-দুপাছি মাটি পেলাই সমষ্টিবাসী ৰাইজৰ চকুত ঘৃৰ্নীত ফৰিদা ইয়াছমিনক নায়েৰ আলগা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ টিকট প্ৰদান কৰাত সমষ্টিবাসীৰ পাঁচ খন পঞ্চায়তৰ ৰাইজ তথা কংগ্ৰেছ দলৰ জিলা পৰিষদৰ আশাবাদী প্ৰাৰ্থী আবুশামা শ্বেখ,প্ৰাক্তন আমছুৰ সভাপতি মনোৱাৰ হোসেনে মাৰ্ বান্দি অভিযোগ তুলি চেয়াৰমেন শ্বেখ আবুল হাশেমক পুৰ্ণ সমৰ্থন জনাই নিৰ্দ্দলীয় প্ৰাৰ্থীত্ব হিচাবে প্ৰতিদ্বন্দিতা কৰি শ্বেখ আবুল হাশেম চেয়াৰমেনক জয়যুক্ত কৰি আনিব বুলি পাঁচ খন পঞ্চায়তৰ ৰাইজে সকিয়াই দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *