প্ৰধানমন্ত্ৰী উজলা আঁচনিৰ অধীনৰ কাকডোঙাত বিনামূলীয়া ৰন্ধন গেছ বিতৰণ।।

দেৰগাঁওৰ পৰা আকিব আহমেদৰ প্ৰতিবেদন দ্যা নৰ্থ ইষ্ট নেটৱৰ্ক ।

২৯অক্টোবৰ :

প্ৰধানমন্ত্ৰী উজলা আঁচনিৰ অধীনত কাকডোঙা ডুবিয়ালত আজি গগৈ গ্ৰামীণ ইণ্ডেন এজেঞ্চিয়ে কাকডোঙা অঞ্চলৰ ৫০ গৰাকী মহিলাক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰে ।উক্ত বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে সমাজকৰ্মী মালিৰাম দত্তই।গগৈ গ্ৰামীণ এজেন্সিৰ স্বত্বাধিকাৰী পৰেশ গগৈয়ে জনোৱা মতে,বৰ্তমানলৈকে তেওঁলোকে এজেন্সিৰ অধীনত ৪ হাজাৰ বিনামূলীয়া গেছ বিতৰণ কৰা হৈছে আৰু গেছ বিতৰণ কৰিব বুলি জনায়।আজি এই গেছ বিতৰণ কায্যসূচীত ৰন্ধন গেছ ব্যৱহাৰৰ সম্পৰ্কত হিতাধিকাৰী সকলক সজাগতা আনিবৰ বাবে কিছু বক্তব্য আগবঢ়াই পৰেশ গগৈ আৰু সাংবাদিক আহমেদ হুছেইনে।

Leave a Reply

Your email address will not be published. Required fields are marked *