ফোটামাৰীৰ জংগলৰ মাজত দুজন শিশুৰ মৃত্যু দেহ উদ্ধাৰ

মানকাচৰ,পৰা ছাহাজাহান অালী ৰিৰ্পট

৭ জানুৱাৰী :

দক্ষিন শালমাৰা মানকাচৰ জিলাৰ অন্ত‌‌‌ৰ্গত চিৰাখোৱা ফোটামাৰী গাওঁত দুজন শিশুৰ মৃত্যুক লৈ অঞ্চল জুৰি চাঞ্চল্যৰ সূষ্টি হৈছে।জানিব পৰা মতে শিশু দুজনীক নিজ মাতৃয়ে বিষ খোৱাই হত্যা কৰি নিজেও বিষ খাই আত্ম হত্যাৰ চেষ্টা কৰিছিল যদিও আত্মীও সকলে মাতৃজনীক চিকিৎসালয়লৈ চিকিৎসা কৰি আছে।শুনা মতে গৃহ কন্দলক কেন্দ্ৰ কৰি আজি পোৱাতে ঘটনাটোৰ সৃষ্টি হৈছে।ঘটনাটোৰ পিছত শিশু দুজনক আৰক্ষীৰ জিম্বাত আছে বুলি জানিব পৰা গৈছে।উক্ত শিশু দুজনৰ পিতৃৰ নাম মোকদুল ইছলাম।ইছলামে জিৱীকাৰ কাৰনে বহিঃৰাজ্যত আছে l

Leave a Reply

Your email address will not be published. Required fields are marked *