বন্ধ সমর্থকক অসম আৰক্ষীৰ আটক ।

Breaking….

03 নৱেম্বৰ ।

#ASSAM_BANDH

ধুবুৰী জিলাত মুঠ ১৬৩ জন বন্ধ সমৰ্থক গ্ৰেপ্তাৰ

বিলাসীপাৰাত ৫১ গৰাকী

গৌৰীপুৰত ৩০ গৰাকী

গোলকগঞ্জত ৫২ গৰাকী আৰু

আগমণিত ৩০ গৰাকী বন্ধ সমৰ্থকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী

Leave a Reply

Your email address will not be published. Required fields are marked *