বাঘাপাৰাত ভয়ংকৰ পথ দুর্ঘটনা।

MANKACHAR 5 জানুৱাৰী :আজি সন্দিয়া ৬ বজাত সাদুল্যাবাৰীৰ পৰা বাঘাপাৰা অভিমুখে হিৰোহোণ্ডা বাইকলৈ এজন চালকে আহি থকা অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই ৰাস্তাৰ কাষত ৰখি থকা এটা বাছৰ লগত খুন্দা খাই গুৰুতৰ বাবে আহত হয়।দূৰ্ঘটনাটোৰ পিছত আহত ব্যাক্তিজনক বাঘাপাৰা উপস্বাস্ত্য কেন্দ্ৰলৈ অনা হয়, যদিও গুৰুতৰ আঘাত পোৱাৰ কাৰনে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।পিছত ঘটনা স্তলিত কালাপানীৰ আৰক্ষীয়ে ঘটোনাটোৰ বিষয় তদন্ত কৰে।জানিব পৰা মতে আহত ব্যাক্তি জনৰ নাম নাজিম উদ্দিন (৩২)পিতা,মুজাম আলী,গাওঁ কমাৰগাতি।

Leave a Reply

Your email address will not be published. Required fields are marked *