বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠান টুমনী কালাবাৰী বজাৰৰ সমীপত ৰূপলী শিক্ষা নিকেতনত

দঃশালমাৰাৰ পৰা ছামিউল হক ৰিপোৰ্ট ।

২৫ জানুৱাৰী:

আজি দঃশালমাৰা সমষ্টিৰ অন্তৰ্গত টুমনী ৰূপালী শিক্ষা নিকেতনৰ শিক্ষানুষ্ঠানৰ এখন বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত বিভিন্ন ছাত্ৰ-ছাত্ৰী নৃত্য, কবিতা আবৃত্তি আৰু কুইজ প্ৰতিযোগিতা প্ৰদৰ্শন কৰে। আজি বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠানৰ অন্ত পৰিব বুলি নিকেতনৰ অধ্যক্ষ মহাদয় অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *