বিলাসীপাৰাত ভয়াবহ দুৰ্ঘটনা: নিহত, 1 আহত,1:

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট:

4 নভেম্বৰ:

আজি বিয়লি অনুমান 2-30 মান বজাত বিলাসীপাৰা গৌৰাং নগৰত As-17 B 6737 মক্কা মদিনা ULTRA গাড়ী খনে ধুবুৰী অভিমুখেৰ পৰা আহি থকা অৱস্থাত বিপৰীত ফালৰ পৰা বাইক এখন আহি থকা অৱস্থাত খুন্দা খাই এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈ নিহত 1 , আহত 1, হোৱাত অঞ্চল জুৰি এক চাঞ্চ্যলতাৰ সৃষ্টি হৈছে।নিহত হোৱা ব্যক্তি গৰাকী হল নুৰম্মদ আলী বয়স(50) পিতা মজিদ আলী গাঁও- ফুলকাকাটা গুৰুত্ব ভাৱে আহত হোৱা ব্যক্তি গৰাকী হল সন্তেষ আলী বয়স(35) পিতা ইউছৱ আলী গাঁও বলিৰ চৰ বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *