বিলাসীপাৰাত শান্তিপুৰ্ণ ভাৱে দুৰ্গা পূজাৰ দেৱী ভাষানৰ জন্য আৰক্ষী প্ৰশাসনৰ কঠোৰ পদক্ষেপ ।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট: 19 অক্টোৱৰ:

সমগ্ৰ জিলাৰ লগত সংগতি ৰাখি ধুবুৰীা জিলাৰ বিলাসীপাৰা মহকুমাত আজি বিলাসীপাৰা বাণীয়া পাৰা নদীৰ ঘাটত শান্তিপুৰ্ণ ভাৱে দুৰ্গা পূজাৰ দেৱী ভাষানৰ জন্য বিলাসীপাৰা আৰক্ষী প্ৰশাসন তথা বিলাসীপাৰা আৰক্ষী নিবেশৰ ভাৰপ্ৰাত্ত আৰক্ষী
বিষয়া বি টি শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *