বিলাসীপাৰাত সদৌ অসম ধুবুৰী জিলা কৰ্মৰত মিচিং শিক্ষক- শিক্ষকত্রী উদ্দ্যোগত ৰাস মহোৎসৱ উদ্ধোধন।

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট:

23 নভেম্বৰ:

আজি সন্ধিয়া ছয় মান বজাত বিলাসীপাৰা আই এন এ খেল পথাৰত সদৌ অসম ধুবুৰী জিলা কৰ্মৰত মিচিং শিক্ষক – শিক্ষকত্রী উদ্দ্যোগত বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী , ধুবুৰী জিলা উপায়ুক্ত অনন্তলাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ জা; বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া অনুপমা হাজৰিকা ,বিলাসীপাৰা আৰক্ষী ভাৰপ্ৰাত্ত বিষয়া বি টি শৰ্মা আদিকে ধৰি গন্য- মান্য ব্যক্তিয়ে আজি উপস্থিত থাকি ৰাস মহোৎসৱ ঊদ্ধোধন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *