বিলাসীপাৰা উকীল সন্হা উদ্যোগত নাগৰিকত্ব সংশোধনী বিল ২০১৬ প্ৰতাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

১১জানুৱাৰী:-

সদৌ অসম উকীল সন্হাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি বিলাসীপাৰাতো নাগৰিকত্ব সংশোধনী বিল ২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাত লৈ বিলাসীপাৰা উকীল সন্হা কাৰ্যালয় প্ৰাঙ্গণত নাগৰিকত্ব সংশোধনীবিল ২০১৬ প্ৰত্যাহাৰৰ দাবী ত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট পালন কৰা হয়। উক্ত কাৰ্যসুচীত বিলাসীপাৰা উকীল সন্হাৰ সকলো উকীলে উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিল ২০১৬ প্ৰত্যাহাৰৰ দাবী জনায়। অন্যথা ইয়াত কৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি বিলাসীপাৰা উকীল সন্হাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *