বিশ্বনাথত দুর্যোগ প্রসমণ প্রাধিকৰণৰ উদ্দোগত উদ্ধাৰ কার্যৰ আখৰা

আজি সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলা দুৰ্যোগ প্ৰসমণ প্ৰাধিকৰণৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰসমণ প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমণ প্ৰাধিকৰণৰ সহযোগত বিশ্বনাথ চাৰিআলিৰ 4 তা স্থান city hub, নৃত্যনন্দ complex কোচগাওঁ, munucipulty complex আৰু চিভিল হস্পিতাল ত ভূমিকম্পৰ ওপৰত সজাগতা আৰু উদ্ধাৰ অভিযানৰ অনুশীলন অনুষ্ঠিত হৈ যায়। উক্ত অনুশীলনত NDRF 12th Bn, SDRF, SSB, Assam Rifle, CRPF, F&ES Biswanath ৰ প্ৰায় 75 জন পেশাদাৰী উদ্ধাৰকাৰীয়ে উদ্ধাৰ কাৰ্য্যৰ আখৰা কৰে। বিশ্বনাথ মহাবিদ্যালয়ৰ NCC, NSS আৰু ছাত্র একতা সভাৰ ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *