বিশ্বনাথত প্রধানমন্ত্রীৰ প্রতিকৃতিদাহ AJYCP ৰ।

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথ নগৰৰ মাজ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমবাসীক কৰা প্ৰতাৰণাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহৰ কাৰ্যসূচী কৰা হয়। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰূদ্ধে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *