বিশ্বনাথৰ কুমলীয়া গাৱৰ জাহিদুল ইছলাম নামৰ মেধাৱী ছাত্র নিৰুদ্দেশ ।

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন :

06 ডিছেম্বৰ :

বিশ্বনাথৰ 5 নং কুমলীয়া গাৱৰ ইদ্রিছ আলীৰ লৰা মঃ জাহিদুল ইছলাম এজন দশম শ্রেণীত অধ্যয়নৰত মেধাবী ছাত্র ।
যোৱা এক সপ্তাহ আগতে ঘৰত কিছু মনোমালিন্য হোৱাৰ কাৰণে লৰাজন ঘৰৰ পৰা পলায়ন কৰে ।
কোনোবা প্রত্যক্ষদর্শীয়ে যদি লৰাজনক দেখা পায় তেন্তে তলৰ ঠিকনাত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো ।
লৰাজনৰ নাম ।
জাহিদুল ইছলাম ।
পিতা: ইদ্রিছ আলী
গাও : 5 নং কুমলীয়া
ডাক : পানীভৰাল
জিলা : বিশ্বনাথ
পিন : 784176
ফোন : 9854153928

Leave a Reply

Your email address will not be published. Required fields are marked *