বিশ্বনাথ চাৰিআলিত অসম বন্ধৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই ।

Breaking…

03 নৱেম্বৰ :

বিশ্বনাথ চাৰিআলিত অসম বন্ধৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই । অসম বন্ধৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া অসমীয়া ৰাইজ। কোনো কাৰণতে জধে-মধে অসম বন্ধ মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে ৰাইজে । চৰকাৰক জধে-মধে বন্ধ দিয়া সংস্কৃতিৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনাইছে বিশ্বনাথৰ ৰাইজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *