বিশ্বনাথ চাৰিআলিৰ মহকুমা আসমৰিক চিকিৎসায়লয়ৰ ৰক্ত ভাণ্ডাৰ কিয় বৰ্ত্তমান সময়লৈকে আৰম্ভ হোৱা নাই।

আজি বিশ্বনাথ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হৈ বিশ্বনাথ চাৰিআলিৰ মহকুমা আসমৰিক চিকিৎসালয়ৰ SUPDT ক লগ কৰি এই চিকিৎসালয়ত ডিচেম্বৰ 2018 ত আৰাম্ভ হৱ লগীয়া ৰক্ত ভাণ্ডাৰ কিয় বৰ্ত্তমান সময়লৈকে আৰাম্ভ হোৱা নাই তাৰ ওপৰত আলোচনা কৰে,
Supdt জনোৱা মতে বিশেষ কিছুমান বিশেষ প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱৰ বাবে চিকিৎসালয়ত গঢ়ি উঠা নাই ৰক্ত ভাণ্ডাৰ,
1. প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীৰ অভাৱ,
2. ৰক্ত ভাণ্ডাৰত যিমান জন কৰ্মচাৰী প্ৰয়োজন,
বিশ্বনাথ আসমৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত পৰ্য্যপ্ত পৰিমানৰ কৰ্মচাৰীৰ অভাৱ,
3. ৰক্ত ভাণ্ডাৰৰ গৃহ সম্পূৰ্ণ হ’ল কিন্তু বৰ্ত্তমান সময়লৈকে চৰকাৰে ৰক্ত ভাণ্ডাৰ আৰাম্ভ কৰিবলৈ লাইচেন্সৰ ব্যৱস্থা কৰা নাই,
4. প্ৰথমে প্ৰশিক্ষন প্ৰাপ্ত কৰ্মচাৰীৰ তেওঁলোকৰ নথি পত্ৰ ড্ৰাগ inspector ofice তেজপুৰলৈ তাৰ পিছত ড্ৰাগ inspector Ofice গুৱাহাটীৰ Darg Licenseing Authority ofice লৈ পঠাব,
তেওঁলোকে আকৌ Delhi central Government লৈ পঠোৱাৰ পিছত হে গম পোৱা যাৱ কি বিশ্বনাথ আসমৰিক চিকিৎসালয়ত ৰক্ত ভাণ্ডাৰ হৱ…?
বিশ্বনাথ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক অহা কালিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিব যে যদি 60 দিনৰ ভিতৰত ৰক্ত ভাণ্ডাৰ যদি আৰাম্ভ নকৰে,
তেতিয়া হ’লে বিশ্বনাথ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনিদিষ্ট সময়লৈকে গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি এক হুংকাৰ দিয়ে,
অতি শীঘ্ৰে বিশ্বনাথ মহকুমাৰ আসমৰিক চিকিৎসালয়ত ৰক্ত ভাণ্ডাৰৰ ব্যৱস্থা কৰিব লাগে,

Leave a Reply

Your email address will not be published. Required fields are marked *