বি এইচ কলেজত স্বামী বিবেকানন্দৰ ১৫৬ তম্ জন্ম জয়ন্তী পালন

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

১২ ডিচেম্বৰ:

স্বামী বিবেকানন্দৰ ১৫৬ তম্ জন্মজয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস আজি বৰপেটাৰোড হাউলী মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মহাবিদ্যালয় শাখাই পালন কৰে। ছাত্ৰ-ছাত্ৰীসকলে স্বামী বিবেকানন্দৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰাৰ লগতে উপস্থিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তেওঁৰ মতাদৰ্শৰ ওপৰত আলোকপাত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *