বুকু কঁপি উঠা এক শিহৰণ কাৰি ঘটনা দঃশালমাৰা মহাবিদ্যালয়ৰ এজন গ্ৰন্থগাৰঃ

দঃশালমাৰাৰ পৰা ছামিউল হক ৰিপ’ৰ্ট,

০৭ ফেব্ৰুৱাৰীঃ

২০০১ চনৰ পৰা বিনা বেতনত কাম কৰা দঃশালমাৰা মহাবিদ্যালয়ৰ এজন গ্ৰন্থগাৰৰ কৰুণ ঘটনা শুনি আপোনাৰ চকু কপালত উঠিব।দঃশালমাৰা মহাবিদ্যালয়ত ২০০১ চনৰ পৰা জাহানুৰ ৰহমান নামৰ এজন লাইবেৰিয়ান বিনা বেতনত কাম কৰি অৱশেষত কৰ্কট ৰোগত আক্ৰান্ত হৈ কক বকাই আছে কিন্তু চৰকাৰৰ কোনো কাণ সাৰ নাই।তেওঁ বহু কষ্টৰ বিনিময়ত (M.A, M.LIB,B.ED,NET,PH.D) ডিগ্ৰী লাভ কৰিছে যদিও তেওঁৰ চাকৰি এতিয়া লৈকে হোৱা নাই।আজি দঃশালমাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা ফালৰ পৰা চৰকাৰক অনুৰোধ কৰিছে যে অতি শীঘ্ৰেই জাহানুৰ ৰহমানক যাতে আৰ্থিক সাহায্য আগবঢ়াই ৰোগৰ পৰা আৰোগ্য পায় । SBI A/C NO. 30461856962 (JAHANUR RAHAMAN) শাখাঃ ফুলবাৰী
অসমবাসী ৰাইজলৈ বিনম্ৰভাবে অনুৰোধ কৰে যাতে সহায়ৰ হাত আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *