বেছিমাৰীত বিদ্যুত চাৰ্কিটত অগ্নিকান্ডত ঘৰ বাৰী ভস্মীভুত |লক্ষাধিক টকাৰ সামগ্রী বিনষ্ট ||.

|| খাৰুপেটীয়াৰ পৰা শ্বেখ আব্দুল্লাহৰ প্রতিবেদন:

৭ জানুৱাৰীঃ

দৰং জিলাৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী বজাৰৰ ওচৰত ৫নং বৰুৱাঝাৰ গাৱঁৰ নিবাসী খলিলুৰ ৰহমানৰ ঘৰত আজি পুৱা প্রায় ১০ বজাত বিদ্যুত চাৰ্কিটৰ ফলত থকা গৃহৰ লগতে নগদ ধন সহ প্রায় ১লাখ টকাৰ মুল্যবান সামগ্রী বিনষ্ট হয় |এই সন্দৰ্ভত দলগাওঁ আৰক্ষীয়ে তদন্তৰ প্রক্রিয়া অব্যাহত ৰাখিছে |….শ্বেখ আব্দুল্লাহ….খাৰুপেটীয়া….

Leave a Reply

Your email address will not be published. Required fields are marked *