ভাইটবাৰী ইস্তেমাৰ দ্বিতীয় দিনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,ঃ-

২১জানৱাৰী ঃ

অসম মেঘালয়ৰ সিমান্ত পুৰনি ভাইটবাৰীত শনিবাৰৰ পৰা অব্যাহত আছে ইস্তেমা, ইছলাম ধৰ্মীয় অনুষ্ঠান ৷ ভাইটবাৰী ইস্তেমাৰ আজি দ্বিতীয় দিন ৷ শনিবাৰৰ পৰা আৰাম্ভ হৈ শান্তিপুৰ্ণ ভাবে চলি আছে এই ইস্তেমা। অহাকালি সমাপ্ত হব এই ইস্তেমা ৷ একলাখতকৈ অধিক মুছলমান ধৰ্মলম্ভী লোকে অংশগ্ৰহণ কৰিছে এই ইস্তেমাত ৷ সকলো ধৰ্মৰ লোকে সহায় সহযোগিতা আগবঢ়াইছে উক্ত ইস্তেমাত ৷ মেঘালয়ৰ আমছুৰ সকোলো সদস্য উপস্থিত থাকি ইস্তেমা চলোৱা বিভিন্ন কামত সহযোগিতাৰ আগবঢ়াইছে ৷
যিকোনো সহায়ৰ কাৰণে যোগাযোগৰ নম্বৰঃ- ৯৬১২৪৮৫৫৬৬

Leave a Reply

Your email address will not be published. Required fields are marked *