মেঘালয়ৰ কয়লা খনিত নিহত অসমৰ শ্ৰমিক।

15 ডিছেম্বৰ

#BREAKING
মেঘালয়ৰ কয়লা খনিত নিহত অসমৰ শ্ৰমিক।
নিহত ১৩ জনৰ ভিতৰত অসমৰ চিৰাং আৰু নলবাৰী জিলাৰ চাৰিজন লোক।
নিহত হৈছে চিৰাঙৰ আমিৰ হুচেইন,মণিৰুল ইচলাম আৰু চৈয়ৰ ইছলাম।
লগতে মৃত্যু ঘটে নলবাৰীৰ চামচুল হকৰো।
শুকুৰবাৰে মেঘালয়ত অবৈধ কয়লা খনি খহি নিহত হৈছিল ১৩ জনলৈ লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *