শোনিতপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল জুৰিয়া থানাৰ অন্তৰ্গত লাঠিমাৰী চৰত যোৱা ২৮ ডিচেম্বৰত জাননী প্ৰেৰণ কৰাত আজি আমছুৰ এটি সঁজাতি দল।

নিউজ ডেস্ক ৰিপর্ট:

05 জানুৱাৰী:

শোনিতপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল জুৰিয়া থানাৰ অন্তৰ্গত লাঠিমাৰী চৰত যোৱা ২৮ ডিচেম্বৰত জাননী প্ৰেৰণ কৰাত আজি আমছুৰ এটি সঁজাতি দলে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়ৰ বুজ লোৱাৰ লগতে আইন হাতত তুলি নলবলৈ কাতৰ আহ্বান জনাই।

উক্ত সঁজাতি দলত উপস্থিত থকে আমছুৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক ৱাহিদুৰ ৰহমান, নগাঁও জিলা সমিতিৰ উপ সভাপতি জহিৰুল ইছলাম, নগাঁও জিলা সমিতিৰ সম্পাদক ছৈয়দ আহমেদ, নগাঁও জিলা সমিতিৰ সম্পাদক নাছিৰ উদ্দিন আহমেদ, বৰালীমাৰি-ফুৰহানী আটি আঞ্চলিকৰ সভাপতি আব্দুল আজিজ, মাহমাদুল ইছলাম সভাপতি হাতিপুখৰি আঞ্চলিক, ইনজামুল হক সভাপতি খাটুৱাল আঞ্চলিক আৰু লগতে আমছুৰ আন আন বিষয় ববীয়া সকল।

Leave a Reply

Your email address will not be published. Required fields are marked *