শ্ৰীৰামপুৰত ফেডাৰেচনৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদঃ

শ্রীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপর্ট :

03 নৱেম্বৰ :

শ্ৰীৰামপুৰ 3 নভেম্ৱৰ, তিনিচুকীয়া জিলাত এক নৱেম্বৰৰ নিশা সংঘটিত হত্যা কাণ্ডৰ প্ৰতিবাদত আজি পুৱাৰ পৰা২৪ ঘন্টিয়া অসম বন্ধ চলি থকা সময়ত অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ বজাৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু এন এল এফ বি শ্ৰীৰামপুৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, এন এল এফ বিৰ তীব্ৰ প্ৰতিবাদ সাবস্থ্য কৰে । প্ৰতিবাদী সকলে অসম চৰকাৰ হায় হায় , মৃণাল হাজৰিকা মুৰ্দাবাদ, জিতেন দত্ত মূর্দাবাদ শ্লোগান , হত্যকাৰীক শাস্তি দিয়ক, বাঙালীৰ ওপৰত অত্যাচাৰ নচলিব আদি শ্লোগানেৰে ৰাজ পথ উত্তাল কৰে।

বিশ্বজিৎ চৌধুৰী,শ্ৰীৰামপুৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *