শ্ৰীৰামপুৰত শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোস্বামীৰ শ্ৰী মদ্ ভাগৱত পাঠঃআজি শ্ৰী কৃষ্ণৰ মাখন চুৰি লীলা

শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপর্ট:

29 ডিচেম্বৰ,

শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোপাল গোস্বামীৰ ভাগৱত পাঠ চলিত মাহৰ 25 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ভাগৱত পাঠ অনুষ্ঠানটোত আজি মটকি ভাঙি শ্ৰী কৃষ্ণৰ মাখন চুৰি কৰাৰ লীলা উপভোগ কৰা বিভিন্ন ঠাইৰ পৰা অহা লগতে স্হানীয় ভক্তসকলো ৰাইজে উৎফুল্লিত হৈ পৰে।উক্ত ভাগৱত পাঠ আৰু শ্ৰী কৃষ্ণৰ মাখন চুৰ মটকি ভঙাৰ দৃশ্য উপভোগ কৰি শ্ৰী শ্ৰী 108 কৃষ্ণ দাস গোপাল গোস্বামী মহাৰাজক প্ৰণাম কৰি সকলো ভক্তয়ে আশীৰ্বাদ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *